WATCH| Kaliabor News : আৰম্ভ হ’ল কলিয়াবৰৰ বামুনি বিৰাট মেলা
কলিয়াবৰ,১৭এপ্ৰিল : আৰম্ভ হ’ল কলিয়াবৰৰ বামুনি বিৰাট মেলা।
কলিয়াবৰ বামুণী সাইডিং চাৰিআলিত শ্ৰী শ্ৰী হনুমান জয়ন্তী উপলক্ষে ৫ দিনীয়া কৈ অনুষ্ঠিত হৈছে মেলা।
আনুষ্ঠানিকভাৱে মেলাৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী কেশৱ মহন্তই(Kaliabor News)।
লগতে পঢ়ক : WATCH | Dergaon News : ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে নিশা দেৰগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা