Local, Vocal, Global

WATCH | Kaliabor News : কলিয়াবৰত গৰু চোৰক উত্তম মধ্যম

কলিয়াবৰ,১০এপ্ৰিল : কলিয়াবৰত গৰু চুৰ উত্তম মধ্যম ।

দিনৰ পোহৰতে কলিয়াবৰত গৰু চুৰি কৰি ৰাইজৰ ৰোষত পৰিল চাৰি গৰু চুৰ ।

কলিয়াবৰৰ বালিবাটত গৰু চুৰক উত্তম মধ্যম উত্তেজিত ৰাইজৰ(Kaliabor News)।

ৰাইজে জব্দ কৰিলে As12 ac 9150 নাম্বাৰৰ এখন টাটা ACE বাহন ।

জনীয়া দেৱী ৰবিদাস নামৰ গৰুৰ গৰাকীৰ সন্মুখতেই নিজৰিৰ পৰা চাৰি চোৰে গৰু লৈ উধাওৰ চেষ্টা চলাইছিল ।

পিছত ৰাইজে উত্তম মধ্যম দি মিছা আৰক্ষীক চুৰ কেইটাক চমজাই দিয়ে।

লগতে পঢ়ক : WATCH | Road Accident : নিশা কলিয়াবৰত পথৰ পৰা বাগৰি পৰিল নৈশ বাছ