Local, Vocal, Global

WATCH | Kaliabor News : দিনৰ পোহৰতে কলিয়াবৰত স্কুটিৰ পৰা ৩ লাখ টকা লৈ উধাও চোৰৰ দলৰ

কলিয়াবৰ, ২এপ্ৰিল : দিনৰ পোহৰতে কলিয়াবৰত স্কুটিৰ পৰা ৩ লাখ টকা লৈ উধাও চোৰৰ দলৰ।

CC TV ৰ ফুটেজৰ সন্ধানত নামি পৰিছে এতিয়া মিছা আৰক্ষী।

টকা খিনি K.V ইটা ভাটাৰ পৰা লৈ মিছাৰ ডাকঘৰত জমা থবলৈ আহিছিল লোক জনে(Kaliabor News)।

ডাক ঘৰত লেনদেন বন্ধ থকাৰ বাবে পৰৱৰ্তী সময়ত লোকজনে এখন হাৰ্ডৱেৰ দোকানত সোমোৱাত ঘটনাটো সংঘটিত হয়।

নন্দেশ্বৰ দাস নামৰ এজন লোকে মাটি বিক্ৰীৰ আগধনৰ টকা লৈ আনিছিল ডাকঘৰত জমা কৰিবৰ বাবে।

উপায়ন্তৰ হৈ এতিয়া মোৰে কপালে হাত দিছে নন্দেশ্বৰ দাস নামৰ লোকজনে।

ঘটনা সন্দৰ্ভত এতিয়া মিছা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :WATCH | Dibrugarh News : ডিব্ৰুগড় ৰঙালী বিহু সন্মিলনৰ নামত ধন সংগ্ৰহ