WATCH | Kaliabhomora Bridge: কলিয়াভোমোৰা দলঙত অঘটন

কলিয়াবৰ,১৫মে’ : কলিয়াভোমোৰা দলঙত অঘটন।
পুৰনি কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত সোমাল এখন বাহন।
তেজপুৰ দিশৰ পৰা আহি থকা বাহনখন নিয়ন্ত্ৰণ হেৰুৱায় দলঙ খনৰ পৰা তললৈ পৰি যায়(Kaliabhomora Bridge)।
ব্ৰহ্মপুত্ৰৰ বুকুত সোমাই পৰা বাহন খন এখন ট্ৰেইলাৰ বাহন বুলি সন্দেহ ৰাইজৰ।
বাহনৰ চালক আৰোহী হতাহতৰ খবৰ এই পৰ্যন্ত লাভ কৰা নাই।
লগতে পঢ়ক :WATCH | Road Accident : ভয়ংকৰ দুৰ্ঘটনাত আহত শিক্ষক-শিক্ষয়িত্ৰী