WATCH | Justice Yashwant Verma : দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহত উদ্ধাৰ ধন
নিউজ ডেস্ক,২৩মাৰ্চ : দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহত উদ্ধাৰ ধন।
উদ্ধাৰ হোৱা ধনখিনি জ্বলি ভস্মীভূত হয়(Justice Yashwant Verma)।
১৪ মাৰ্চত অগ্নিকাণ্ডত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ ধন।
লগতে পঢ়ক : WATCH | Pijush Hazarika : তিনিচুকীয়াৰ বাৰেকুৰিত হলৌ বান্দৰ পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ