Local, Vocal, Global

Jumbo Kills Mahout at Pobitra Wildlife Sanctuary : পবিতৰাত হাতীৰ আক্ৰমণত মৃত্যু মাউতৰ

নিউজ ডেস্ক,৩১জুলাই : পবিতৰাত অঘটন। পবিতৰাত হাতীৰ আক্ৰমণত মৃত্যু মাউতৰ । নিহত মাউতজনৰ নাম হীৰা কুমাৰ বুলি জানিব পৰা গৈছে ।হীৰা কুমাৰৰ ঘৰ দৰং জিলাত।

বুধবাৰে পুৱাৰ ভাগত বিক্ৰম নামৰ হাতীটোৱে আক্ৰমণ কৰে নিজৰ মাউতজনক(Jumbo Kills Mahout at Pobitra Wildlife Sanctuary)।

বানপানীৰ বাবে যোৱা কিছুদিন ধৰি পবিতৰাৰ ১১ টাকৈ হাতী মায়ং পাহাৰত ৰখা হৈছিল।

বুধবাৰে খং উঠি হাতীটোৱে আক্ৰমণ মাউতজনক কৰে।

লগতে পঢ়ক : Ramen Deka sworn in as Chhattisgarh Governor : ছত্তিশগড়ৰ ৰাজ্যপাল ৰূপে শপত ল’লে প্ৰাক্তন সাংসদ ৰমেন ডেকাই