Local, Vocal, Global

WATCH | Journalist Dilwar Hussain : ‘অন্যায়ৰ বিৰুদ্ধে মই সদায় প্ৰশ্ন কৰি যাম’

নিউজ ডেস্ক,৩০মাৰ্চ : কাৰাগাৰৰ পৰা ওলাই আহি হুকহুকাই কান্দি উঠিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ।

সাংবাদিক দিলোৱাৰ হুছেইনৰ কথাখিনি শুনিলে আপোনাৰো মন সেমেকি উঠিব(Journalist Dilwar Hussain)।

‘অন্যায়ৰ বিৰুদ্ধে মই সদায় প্ৰশ্ন কৰি যাম’

‘মোৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে’

লগতে পঢ়ক : WATCH | Journalist Dilwar Hussain : ৰজা-মহাৰজাৰ দিনৰ দৰে চলিছে শাসন’। ‘মুখ্যমন্ত্ৰীয়ে যি কয় সেয়াই নিয়ম’