WATCH | Journalist Dilwar Hussain : “আমি মহিলা ৩ জনী আছো কিন্তু আৰক্ষীৰ দলত নাছিল কোনো মহিলা আৰক্ষী”
নিউজ ডেস্ক,২৮মাৰ্চ : ‘নিশা আৰক্ষীৰ এটা বৃহত দল আহি আমাৰ পৰা ৫৩ খন নথি পত্ৰ লৈ গৈছে’
‘আমি মহিলা ৩ জনী আছিলোঁ, কিন্তু আৰক্ষীৰ দলত নাছিল কোনো মহিলা আৰক্ষী’
‘আৰক্ষীক আমি সহযোগ কৰি আছোঁ’,আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে আমি ন্য়ায় পাম'(Journalist Dilwar Hussain)
লগতে পঢ়ক : WATCH | Bhupen Borah :‘এপেক্স বেংকৰ বিৰুদ্ধে কোনোবাই মুখ খুলিলে চৰকাৰে জে’লত ভৰাই থব’