WATCH | Journalist Dilwar Hussain : ‘সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ কেলেংকাৰি ঢাকিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে গ্ৰেপ্তাৰ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰক’
নিউজ ডেস্ক,২৬মাৰ্চ : ‘সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ কেলেংকাৰি ঢাকিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে গ্ৰেপ্তাৰ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰক। গণতান্ত্ৰিক ব্যৱস্থাক নিঃশেষ কৰিছে বিজেপি চৰকাৰে। সমগ্ৰ অসমৰ বাবে এয়া ভয়ংকৰ বাৰ্তা। দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া(Journalist Dilwar Hussain)।
লগতে পঢ়ক : WATCH | Orunodoi 3.0 scheme: চাপৰত অৰুণোদয় ৩.০ ত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগত আন্দোলন একাংশ মহিলাৰ