Local, Vocal, Global

WATCH | Journalist Dilwar Hussain : পাণবজাৰ থানাৰ সন্মুখত দিলৱাৰ হুছেইন মজুমদাৰৰ পত্নীৰ কান্দোন

নিউজ ডেস্ক,২৬মাৰ্চ : পাণবজাৰ থানাৰ সন্মুখত দিলৱাৰ হুছেইন মজুমদাৰৰ পত্নীৰ কান্দোন।‘মোক ভিতৰলৈ সোমাবলৈ দিয়ক। মোক কিয় থানালৈ যাব দিয়া নাই?’‘মই মানুহজনক চাব লাগিব ভালে আছে নে নাই’। ছুগাৰ আক্ৰান্ত দিলৱাৰলৈ ঔষধ আৰু খাদ্য লৈ গৈছিল পত্নীয়ে(Journalist Dilwar Hussain)।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত বিজেপিৰ প্ৰতিবাদ