Local, Vocal, Global

Watch | Jorhat accident: যোৰহাটৰ আজান গাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা

যোৰহাট: ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। যোৰহাটৰ আজান গাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় কাজিৰঙা বিশ্ববিদ্যালয়ৰ দুজনকৈ ছাত্ৰ আৰু দুগৰাকী ছাত্ৰীক অৱস্থা অতিকৈ সংকট জনক অৱস্থাত JMCHত ভৰ্তি কৰোৱা হয়। তীব্ৰ বেগত যোৱা বাহন খনৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰ ভাঙি পথৰ পৰা বহু দূৰ চিতিকি পৰে উপ পথত আৰু সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাৰ।মছতাফা মুজাহিদ ,ইৰফান হুছেইন নামৰ ছাত্ৰ দুজনৰ থিতাতে নিহত হয় আৰু দুৰ্ঘটনাত আহত দুগৰাকী ছাত্ৰী খুছবু নভেল,আৰিনা বৰো।