Jorhat News : চুতীয়া জাতি যুৱ সন্মিলনৰ আমৰণ অনশন কাৰ্যসূচী
যোৰহাট,৮জানুৱাৰী : জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত কেইবাটাও দাবীৰে চুতীয়া জাতি যুৱ সন্মিলনৰ আমৰণ অনশন কাৰ্যসূচী ।
জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ লগতে ব্ৰহ্মপুত্ৰৰ উপৰত নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলং চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী “বীৰাঙ্গনা সাধনী” নামেৰে নামাকৰণ কৰাৰ মুখ্য দাবীৰ উপৰিও মুঠ বাৰটা দাবীৰে প্ৰতিবাদত বহিছে সংগঠনৰ কৰ্মী ।
দাবী মানি নললে ২৬ ত বিজেপি বিৰোধী স্থিতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি উল্লেখ প্ৰতিবাদকাৰীৰ(Jorhat News)।
লগতে পঢ়ক :Charaideo Mahotsav 2025: কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ