Local, Vocal, Global

Watch | Jorhat news: যোৰহাটৰ পৰা গ্ৰেপ্তাৰ ভুৱা ডাক্তৰ চেম্বাৰ খুলি বছৰ বছৰ চিকিৎসা কৰি অহা দুই ভুৱা চিকিৎসক

যোৰহাট: যোৰহাটত মুন্না ভাই। কোনো ভিতৰুৱা জেগাত নহয়, যোৰহাট নগৰৰ মাজ মজিয়াৰ পুৰণা আবৰ্ত ভৱন পথত এইটো চেম্বাৰ খুলি A k gogoi ( অশোক কুমাৰ গগৈ ) নামৰ।
আন জন অমৰ জো্তি নাথ দুইজন লোকে নিজকে মেডিচিন বিশেষজ্ঞ বুলি বিগত বহু বছৰ বছৰ ধৰি চিকিৎসা কৰি আহিছিল। পূৰ্বে এইজন অশোক কুমাৰে এই স্থানতে এখন হোমিঅ চেম্বাৰ চলাইছিল আৰু পাছত মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা কৰি আহিছিল। শেহতীয়াকৈ কেইজন মান মেডিকেল ৰিপ্ৰেজেনতিতিভ ৰ সন্দেহ হয় ।
তাৰপাছতে বিষয়টো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দৃষ্টি গোচৰ হোৱাত চেম্বাৰটো বন্ধ কৰি ভুৱা চিকিৎসক জনলৈ জাননী প্ৰেৰণ কৰি যোৱা নিশা দুয়ো মুন্নাভাই ভুৱা এম বি বি এছ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

লগকে পঢ়ক : Watch | Abhayapuri news : জীৱনৰ বিয়লি বেলাত চৰকাৰী আঁচনিৰ বাবে হাবাথুৰি খাইছে দুজন ককা আইতাই