Watch | Jorhat News : যোৰহাট আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰা চোৰ ধৰিলে এজন যুৱকে
যোৰহাট : যোৰহাট আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰা চোৰ ধৰিলে এজন যুৱকে।
চুৰি কাণ্ডৰ দৃশ্য CC কেমেৰাত বন্দী আৰক্ষীক দিছিল যদিও চুৰক ধৰিবলৈ সক্ষম নহল পুলিবৰ আৰক্ষী ।
যোৰহাটৰ পুলিবৰত যোৱা ১৮ মে ত TATA MOTORS সংঘটিত হৈছিল চুৰি কাণ্ড।
অৱশেষত এজন যুৱকে দুধৰ্ষ চুৰক খেদি খেদি গতাই দিয়ে আৰক্ষীক ।
এজন যুৱকে কেইবাদিনো খাপ পিটি আজি যোৰহাটৰ ISBT ৰ ওচৰত দুধৰ্ষ চুৰ সঞ্জীত গগৈক দেখা পাই খেদি খেদি ধৰি আৰক্ষী গতাই দিয়ে।