WATCH | Jorhat News : যোৰহাটৰ বাইপাছত উদ্ধাৰ এগৰাকী কিশোৰী
যোৰহাট,১৮জুন : যোৰহাটৰ বাইপাছত উদ্ধাৰ এগৰাকী কিশোৰী । অচেতন অৱস্থাত এগৰাকী স্থানীয় মহিলাই উদ্ধাৰ কৰে কিশোৰী গৰাকীক।
পৰৱৰ্তী সময়ত সুস্থ হয় কিশোৰী গৰাকী(Jorhat News)।
জানিব পৰা মতে, কিশোৰী গৰাকী যোৰহাটৰ চেঙেলী গাঁৱৰ মোমায়েকৰ ঘৰত আছিল আৰু বিয়লি ওচৰৰ এখন দোকানলৈ যোৱাৰ পাছৰ পৰা কোনে ক’লৈ লৈ আহিলে গম নাপাই বুলি ক’লে কিশোৰী গৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে লৈ গৈছে কিশোৰী গৰাকীক। সমগ্ৰ ঘটনাতো ৰহস্য জনক।
লগতে পঢ়ক : WATCH | Barpeta News : চেঙা সমষ্টিৰ গৰাখহনীয়া সমস্যা সন্দৰ্ভত সংবাদমেল