Local, Vocal, Global

WATCH | Jorhat News : যোৰহাটৰ টীয়কত টাটা ছাফাৰীত জব্দ হোৱা অবৈধ সুৰা নিলাভ ৰঞ্জন বৰুৱাৰ নেকি ?

যোৰহাট,১৭জুন : যোৰহাটৰ টীয়কত টাটা ছাফাৰীত জব্দ হোৱা অবৈধ সুৰা নিলাভ ৰঞ্জন বৰুৱাৰ নেকি ?

যোৰহাট মেডিকেল কলেজত কৰ্মৰত পুলিবৰ থানা অন্তৰ্গত নিলাভ ৰঞ্জন বৰুৱা ?

ৰাজৈ বাঁহবাৰীত ৬০ কাৰ্টন সুৰাসহ জব্দ ছাফাৰী(Jorhat News)।

লাহদৈগড় আৰক্ষীৰ অভিযানৰ সময়ত পলাল ৩ আৰোহী।

বাহন খনৰ গৰাকী আছিল নিলাভ ৰঞ্জন বৰুৱা ।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব ন ন তথ্য।

লগতে পঢ়ক :WATCH | Tragic incident : যোৰহাটত হকাৰৰ মূৰত পৰিল ফ্লেটৰ পকী টুকুৰা