WATCH | Jorhat News : যোৰহাট ৰাজপথত হিয়া ঢাকুৰি কান্দোন এগৰাকী মাতৃৰ
যোৰহাট,১৫জুন : যোৰহাট ৰাজপথত হিয়া ঢাকুৰি কান্দোন এগৰাকী মাতৃৰ ।
একমাত্ৰ My NewsNeৰ সাংবাদিকৰ কেমেৰাত বন্দী।
নিজৰ কোলাৰ ডেৰ মহীয়া সন্তানক বিচাৰি ৰাজপথত কান্দোনৰ ৰোল এগৰাকী মাতৃৰ(Jorhat News)।
মাতৃ কোলাৰ পৰা নিজ সন্তানক কাঢ়ি নি হত্যা কৰাৰ চেষ্টা কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে।
যোৰহাট আৰক্ষীৰ তৎকালীন অনুসন্ধানত উদ্ধাৰ দেৱ শিশুটি।
মাতৃ গৰাকীক আৰক্ষীয়ে চমজাই দিয়ে থানাৰ চৌহদত শিশুটি ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাষণ পিতৃ অংকুৰ দাসক ।
যোৰহাট আৰক্ষীৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত।
লগতে পঢ়ক : WATCH | Kedarnath Helicopter Crash: পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা