WATCH | Jorhat News : যোৰহাট মেডিকেল কলেজত প্ৰসৱ কৰা নাবালিকাৰ মাতৃৰ বিস্ফোৰণ
যোৰহাট,১৫জুন : যোৰহাট মেডিকেল কলেজত প্ৰসৱ কৰা নাবালিকাৰ মাতৃৰ বিস্ফোৰণ। চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰীৰ কবলত পৰি নাবালিকাসহ মাতৃয়ে বয়সৰ ফাকি দি যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিছিল এগৰাকী দশম মান শ্ৰেণীৰ গৰ্ভৱতী ছাত্ৰীক(Jorhat News)।
এই সমগ্ৰ ঘটনাৰ লগত জড়িত থকা টিয়কৰ এগৰাকী শিক্ষয়ত্ৰী এহাল দম্পতী কথা পোহৰলৈ আহিছে ।যোৰহাট মেডিকেল কলেজৰ পৰা পোনপটিয়াকৈ নাবালিকা মাতৃৰ কোলাৰ পৰা লৈ গ’ল এটি দেৱ শিশুক ।
চৰকাৰী বিদ্যালয়ত কৰ্মৰত এগৰাকীৰ শিক্ষয়িত্ৰী এনে কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। নাবালিকা গৰাকীক মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, নাবালিকা গৰাকীৰ নিজৰ পৰিয়ালৰ লোক হয় বুলি ক’বলৈ শিকাই নিছিল । আৰক্ষী থানা,যোৰহাট মেডিকেল কলেজত সেই বুলিয়েই চিনাকি দিছিল নাবালিকা গৰাকীয়ে।
ইতিমধ্যে যোৰহাট আৰক্ষীয়ে দেৱ শিশুটি উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক :WATCH | Dhemaji News : গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত শাৰীৰিক অনুশীলন শুভ উদ্বোধন অনুষ্ঠান