WATCH | Jorhat News : বিৰ্তকিত আজাদ চৌধুৰীয়ে অৱৈধ ভাৱে চৰকাৰী মাটি দখল কৰি ভাড়া দিছিল বহু লোকক
যোৰহাট,৪জুন : যোৰহাট পৌৰসভাৰ ভুৱা NOC লৈ পৌৰসভাৰ মাটি দখল কৰিছিল বিৰ্তকিত আজাদ চৌধুৰীয়ে।
যোৰহাট পৌৰসভাত আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে কবৰ স্থান ৰোডত চৰকাৰী ভূমিত থকা আজাদ চৌধাৰী গৃহটো উচ্ছেদ কৰা সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে।
বিৰ্তকিত আজাদ চৌধুৰী লিজত থকা আবাহ গৃহ উচ্ছেদ কৰে প্ৰশাসনে(Jorhat News)।
বিৰ্তকিত আজাদ চৌধুৰীয়ে অৱৈধ ভাৱে চৰকাৰী মাটি দখল কৰি ভাড়া দিছিল বহু লোকক।
লগতে পঢ়ক :WATCH | Kaziranga National Park : কাজিৰঙা ষষ্ঠ সংযোজনত জীৱকুলৰ দুৰাৱস্থা