WATCH | Jorhat News : বিতৰ্কিত আজাদ চৌধুৰীৰ সম্পত্তিত প্ৰশাসনৰ উচ্ছেদ
যোৰহাট,৩জুন : যোৰহাট পৌৰসভাৰ ভুৱা NOC লৈ পৌৰসভাৰ মাটি দখল কৰিছিল বিৰ্তকিত আজাদ চৌধুৰীয়ে(Jorhat News)।
যোৰহাট পৌৰসভাত আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে কবৰ স্থান ৰোডত চৰকাৰী ভূমিত থকা আজাদ চৌধাৰী গৃহটো উচ্ছেদ কৰা সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে।
বিৰ্তকিত আজাদ চৌধুৰী লিজত থকা আবাহ গৃহ উচ্ছেদ কৰে প্ৰশাসনে, মোটায়ন কৰে আৰক্ষী বাহিনী।
লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰত বৰ্ণিহাট আঞ্চলিক ট্ৰাইবেল সংঘৰ স্থায়ী কাৰ্যালয়