WATCH | Jorhat News : সাৱধান! এইবাৰ FRES নামৰ বিশুদ্ধ খোৱাপানীৰ বটলত ওলাল বিষাক্ত দ্ৰব্য
যোৰহাট,১জুন : আপুনি পানী বটল ক্ৰয় কৰি পানী খায় নেকি? সাৱধান ৷
যোৰহাটত অৱস্থিত কলপচলা নামৰ হোটেল খনত আহাৰ গ্ৰহণ কৰি থাকোতেই গ্ৰাহকৰ পানী বটলত ওলাল বিষাক্ত দ্ৰব্য ৷
যোৰহাটত পেকেজিং হোৱা FRES নামৰ পানী বটলত ওলাল বিষাক্ত দ্ৰব্য ৷
তাৰ পিছতেই গ্ৰাহকৰ মাজত লাগিল হুৱাদুৱা(Jorhat News)৷
হোটেল কলপচলাৰ পৰা FRES নামৰ পানী বটলৰ এজেঞ্চিটোক খবৰ দিয়াত তৎক্ষণাত উপস্থিত হয় FRES পানী বটল কোম্পানীৰ স্বতাধিকাৰী৷
FRES পানী বটল কোম্পানীৰ স্বতাধিকাৰে কি কলে শুনক…..
আকস্মিক ভাৱে হৈ গ’ল ঘটনাটো,ভুলটো মানুহৰ হব পাৰে ,মোৰ এইটো লাইনত ২৫বছৰ হৈ গল,এটা বটলত গেদ নিচিনা বস্তু পাইছো কিন্তু পানীত হয়।
স্বতাধিকাৰ জনৰ এনে মন্তব্যয়ে এতিয়া FRES কোম্পানীৰ পানীৰ গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
জানিব পৰা মতে গ্ৰাহক জনে জিলা আয়ুক্তক অভিযোগ দাখিল কৰিব বুলি জানিব দিছে।
লগতে পঢ়ক : WATCH | Teok News : দুৰাৰোগ্য ৰোগত আক্ৰান্ত বিশেষ ভাৱে অক্ষম এটি কিশোৰ