Local, Vocal, Global

WATCH | Jorhat News : যোৰহাটত সন্দেহ জনক বিদেশী খেদোৱা আন্দোলন

যোৰহাট,৩১মে’ : যোৰহাট সন্দেহ জনক বিদেশী খেদোৱা ধাৰাবাহিক আন্দোলন বীৰ লাচিত সেনা অসমৰ ।

উজনি নামনি বীৰ লাচিত সেনা সৈনিক যোৰহাট ষ্টেডিয়ামত একত্ৰিত(Jorhat News)।

আজাদ চৌধুৰী নামৰ সন্দেহ জনক বিদেশী ৰক্ষণাবেক্ষণ দিয়া যোৰহাট পৌৰসভাৰ শইকীয়া উপাধিৰ সদস্য কোন?

লগতে পঢ়ক : WATCH | Dergaon News : কৃত্ৰিম বানৰ কবলত দেৰগাঁৱৰ এখন চৰকাৰী বিদ্যালয়