WATCH | Jorhat News : যোৰহাটত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা
যোৰহাট,২১মে’ : যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা।
সভাত উপস্থিত হৈ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অখিল গগৈৰ সন্দৰ্ভত মন্তব্য(Jorhat News)।
লগতে পঢ়ক : WATCH | Sipajar News : সুদীৰ্ঘ ২০ বছৰে মেৰামতি নহ’ল দিমীলা নদীৰ ছিগা মথাউৰি