Local, Vocal, Global

WATCH | Jorhat News : বিহু মঞ্চত নহয়, গৃহস্থৰ চোতালত হুঁচৰি দলক দুৰ্ব্যৱহাৰ

যোৰহাট,২০এপ্ৰিল : বিহু মঞ্চত নহয়, গৃহস্থৰ চোতালত হুঁচৰি দলক দুৰ্ব্যৱহাৰ।

ঢুলীয়া,নাচনীৰ ওপৰত জঁপিয়াই পৰিল গৃহস্থ।

আমন্ত্ৰিত হুঁচৰি দলক গৃহস্থই প্ৰহাৰ কৰাৰ অভিযোগ(Jorhat News)।

পুলিবৰৰ এটা পৰিয়ালে আমন্ত্ৰণ কৰিছিল দিখৌপৰীয়া হুঁচৰি দলক।

সাংস্কৃতিক নগৰী যোৰহাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

লগতে পঢ়ক : WATCH | BJP Leader : বিজেপিক ভোট নিদিয়া মানুহ অহা জনমত কুকুৰ, ছাগলী, ভেড়া হৈ জন্ম হ’ব