WATCH | Jorhat News : যোৰহাটৰ ঢেকীয়াখোৱা বৰ নামঘৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায
যোৰহাট,১০ফেব্ৰুৱাৰী : যোৰহাটৰ ঐতিহ্য মণ্ডিত মাধৱদেৱৰ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰ নামঘৰত আজি সেৱা ল’বলৈ উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায পত্নী সহিতে। সেৱা লোৱাৰ লগতে অসম বাসীৰ মংগল কামনাৰে নেদেখা জনৰ ওচৰত শৰণ লৈ আশীৰ্বাদ গ্ৰহণ কৰে(Jorhat News)।
লগতে পঢ়ক : WATCH | Kaliabor News : কলিয়াবৰত গৰু চোৰক উত্তম মধ্যম