Local, Vocal, Global

WATCH | Jorhat News : দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ নাওশলীয়া ৰহমপুৰৰ মছজিদত ঈদ উদযাপন

যোৰহাট,২এপ্ৰিল : দেওবাৰে উদযাপন পৱিত্ৰ ঈদ-উল-ফিতৰ। মাহজোৰা উপবাসৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ। আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ ছবি।

ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল-মাখল পৰিৱেশ। ঈদগাহ ময়দান, মছজিদতো সমূহীয়া নামাজৰ আয়োজন কৰিছে। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা(Jorhat News)।

দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ নাওশলীয়া ৰহমপুৰৰ মছজিদত ঈদ উদযাপন।

লগতে পঢ়ক : WATCH | RHAC Election : আজি ৰাভা হাছং স্বায়ত্ব পৰিষদৰ ভোটগ্ৰহণ