Local, Vocal, Global

WATCH | Jorhat News : যোৰহাট সাংবাদিক গ্ৰেপ্তাৰক লৈ উত্তাল প্ৰতিবাদ

যোৰহাট,২৯মাৰ্চ : যোৰহাট সাংবাদিক গ্ৰেপ্তাৰক লৈ উত্তাল প্ৰতিবাদ । মুখ্যমন্ত্ৰীৰ পুত্ৰলিকা দাহ কৰি কংগ্ৰেছেৰ প্ৰতিবাদ।

গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বাকৰুদ্ধ কৰা আৰু সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ(Jorhat News)।

যোৰহাট জিলাৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদে উত্তাল কৰিলে যোৰহাট।

লগতে পঢ়ক : WATCH | Congress Protest : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ