Local, Vocal, Global

WATCH | Jorhat News : “বিজেপিৰ কাৰনে আমাৰ ভয় নাই”।”কিন্তু বিজেপিয়ে মানুহক ভয় খুৱাই “

যোৰহাট,১৮মাৰ্চ : “বিজেপিৰ কাৰনে আমাৰ ভয় নাই”

“কিন্তু বিজেপিয়ে মানুহক ভয় খুৱাই “

প্ৰতিক্ৰিয়া কংগ্ৰেছ দলৰ টিয়ক সমষ্টিৰ নেত্ৰী পল্লৱী গগৈৰ ।

অসম চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ ওপৰটো প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী পল্লৱী গগৈ ।

নিৰ্বাচনৰ আগমুহূৰ্ত বিজেপি চৰকাৰে আত্মসহায়ক গোটৰ মহিলালৈ দিছে ১০,০০০ টকা টোপ দিছে(Jorhat News)।

একে সময়তে দিব নোৱাৰে ৰাজ্যৰ প্ৰতিটো মহিলা আত্মসহায়ক গোটৰ মহিলাক ১০,০০০ টকা ।

১২৫০টকা অৰুণোদয় আঁচনিয়ে মহিলা সৱলীকৰণৰ কৰিব নোৱাৰে।

অৰুণোদয় আঁচনিক লৈয়ো কংগ্ৰেছ নেত্ৰী তথা আগন্তুক বিধান সভা নিৰ্বাচনৰ সাম্ভাৱ্য টিয়ক সমষ্টিৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

লগতে পঢ়ক : WATCH : Dhemaji News : ধেমাজি জিলা সদৰত আছু ড্ৰাগছ বিৰোধী বিশাল সমদল