Local, Vocal, Global

WATCH | Jorhat News: জীৱনৰ শেষ সময়খিনিত চিকিৎসক পুত্ৰলৈ পিতৃৰ ফোন

নিউজ ডেস্ক,১মাৰ্চ : জীৱনৰ শেষ সময়খিনিত চিকিৎসক পুত্ৰলৈ পিতৃৰ ফোন

সময় হ’লে তই পাৰিলে এবাৰ আহিবিচোন(Jorhat News)

তহঁতৰ মুখখন এবাৰ চাবলৈ বৰ মন

ইফালে পাষাণ পুত্ৰই চিনিয়ে নাপালে দুৰ্ভগীয়া পিতৃক

ফোনতে পাষাণ পুত্ৰই দুৰ্ভগীয়া পিতৃক কি ক’লে শুনক

লগতে পঢ়ক:WATCH | Jorhat News: ‘মই দেউতাই কৈছো, তোৰ মুখখন চাব বিচাৰিছো’