WATCH | Jorhat News: শয্যাগত পিতৃক চাবলৈ গুৱাহাটীৰ পৰা যোৰহাটলৈ নাহিল চিকিৎসক পুত্ৰ
যোৰহাট,১মাৰ্চ : চিকিৎসক পুত্ৰ কন্যাৰ নিকৃষ্ট কাণ্ড পিতৃ শয্যাগত থকা অৱস্থাত খবৰ দিয়াৰ পিছতো পিতৃৰ কাষলৈ নাহিল কুলাংগৰ চিকিৎসক পুত্ৰ-কন্যা।
যোৰহাটৰ কোছ গাঁওৰ এটি পৰিয়ালে নিৰাশ্ৰয় বিহীন পিতৃ গৰাকী তিনিবছৰ দিন পোহ পালন কৰিছিল(Jorhat News) ।
চিকিৎসাৰ বাবে সেই ভগৱান ৰূপী পৰিয়ালে খৰচ কৰিছিল । নাহিল পুত্ৰ কন্যা।
লগতে পঢ়ক :WATCH | Jorhat News: শয্যাগত পিতৃৰ অন্তিমটো ফোনতো হৃদয় নগলিল পুত্ৰৰ