WATCH |Jorhat News: যোৰহাট সদৰ থানাত এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে
যোৰহাট,২২ফেব্ৰুৱাৰী : কেতিয়াকৈ অন্ত পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদৰ শীতল যুদ্ধ।
যোৰহাট সদৰ থানাত এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে(Jorhat News)।
শ্ৰীমন্ত শংকৰদেৱ সংঘয়ে টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা পিছতে প্ৰতিক্ৰিয়া আহোম সমাজৰ।
ইতিমধ্যে আজি অসমৰ বিভিন্ন জিলাৰ লগতে যোৰহাট জিলাৰ সদৰ আৰক্ষী থানাত আহোম সমাজৰ কেবাটাও সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰোধে এজাহাৰ দাখিল কৰে।
লগতে পঢ়ক:WATCH | Bilasipara News:বিলাসীপাৰাত কংগ্ৰেছ কৰ্মী বিচাৰি আৰক্ষীৰ নাকা চেকিং