Local, Vocal, Global

Jorhat News:পশ্চিম যোৰহাটত ভূ-মাফিয়া দপদপনি

যোৰহাট,১৭ফেব্ৰুৱাৰী : পশ্চিম যোৰহাটৰ মালৌখাট বগৰী গুৰিট ভূ-মাফিয়া দপদপনি।

বাছি নগল জলসিঞ্চন বিভাগৰ চৰকাৰী কৃষকক পানী যোগান ধৰা নলা ।

পশ্চিম ৰাজ চক্ৰৰ একাংশ লাট মণ্ডল জলসিঞ্চন বিভাগৰ বিষয়া জড়িত থকাৰ সন্দেহ(Jorhat News)।

চকু মুদা কুলি ভাও জলসিঞ্চন বিভাগ বিষয়া তথা পশ্চিম ৰাজহ চক্ৰৰ লাট মণ্ডল।

লগতে পঢ়ক:Congress pressmeet: ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ জৰুৰী বৈঠক