Local, Vocal, Global

Jorhat News: যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

যোৰহাট,১৭নৱেম্বৰ : যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। যোৰহাট ভোগদৈ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বৰ্ণালী গোহাঁই বিৰুদ্ধে গুৰুত্বৰ অভিযোগ।

আৰক্ষীৰ প্ৰহাৰত তিনিমহীয়া শিশু আহত হোৱাৰ অভিযোগ।বৰ্তমানলৈ ঘটনা সন্দৰ্ভত মুখ খোলা নাই উপ পৰিদৰ্শক বৰ্ণালী গোহাঁই(Jorhat News)।

মহিলা আৰক্ষী বিষয়া বৰ্নালী গোহাঁইয়ে তিনিমহীয়া দেৱ শিশুটিক চৰ সোধোৱাটো সত্য নে?

মহিলা গৰাকীক চৰ সুধাওতেই কোলাত লৈ থকা তিনি মহীয়া সন্তানৰ মূৰত লাগে চৰ আৰু যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয় তিনি মহীয়া শিশুটি।

ভুক্তোগী মহিলা গৰাকীয়ে উপ-পৰিদৰ্শক বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক:Domestic violence : পুনৰ যৌতুকৰ বাবে মহিলাক অত্যাচাৰ