Jihadi Arrest:কোকৰাঝাৰত গ্রেপ্তাৰ জেহাদী
নিউজ ডেস্ক,৪ফেব্ৰুৱাৰী : কোকৰাঝাৰত আৰক্ষীৰ সফল অভিযান । STFৰ অভিযানত গ্রেপ্তাৰ এটা জেহাদী।
কোকৰাঝাৰ আৰক্ষীৰ সহায়ত গ্রেপ্তাৰ জেহাদীটোক(Jihadi Arrest)।
ধৃত জেহাদীটোৰ নাম নাছিম উদ্দিন এছ কে। আনছাৰুল্লাহ বাংলা দল আৰু JMMৰ সক্রিয় সদস্য আছিল জেহাদীটো।
পূৰ্বে গ্রেপ্তাৰ হোৱা নুৰ ইছলাম মণ্ডলৰ ঘনিষ্ঠ আছিল নাছিম উদ্দিন।
লগতে পঢ়ক :Delhi Assembly Elections 2025: কাইলৈ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ