WATCH | Jhumoir Binandini : ঐতিহাসিক ক্ষণৰ বাবে সাজু সৰুসজাই ষ্টেডিয়াম
নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : ঐতিহাসিক ক্ষণৰ বাবে সাজু সৰুসজাই ষ্টেডিয়াম। আজি ইতিহাস ৰচিব ঝুমুৰ নৃত্যই। একেলগে একেটা স্থানত ৮ সহস্ৰাধিক নাচনীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মাদলৰ শব্দত লাচনীৰ লয়লাস ভংগীৰে উদ্ভাসিত হৈ পৰিব সৰুসজাই ষ্টেডিয়াম(WATCH | Jhumoir Binandini)।
দেওবাৰে সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলনৰ পিছত আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত ৯ সহস্ৰাধিক ঝুমুৰ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ৬০খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে।
লগতে পঢ়ক :WATCH | PM Narendra Modi:গুৱাহাটীত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী