WATCH | Jhumoir Binandini : মাজত মাত্ৰ কিছু ক্ষণ;ঝুমইৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্য চৰকাৰ
নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : মাজত মাত্ৰ কিছু ক্ষণ৷ ঝুমইৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ৰাজ্য চৰকাৰ। সাজু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। আজি ইতিহাস ৰচিবলৈ একেলগে একেটা স্থানত ৮ সহস্ৰাধিক নাচনীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য(Jhumoir Binandini)।
এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
দেওবাৰে সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলনৰ পিছত আজি প্ৰধানমন্ত্ৰীৰ সন্মুখত ৯ সহস্ৰাধিক ঝুমুৰ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ৬০খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে।
লগতে পঢ়ক:WATCH | Maulana Badruddin Ajmal: ‘মোক ক্ষমা কৰি দিব,মই মহিলাক বহুত সন্মান কৰো’: বদৰুদ্দিন আজমল