Local, Vocal, Global

WATCH | Jharkhand Gutkha Ban: পান মচলা-গুটখা প্ৰেমীৰ বাবে এটা বেয়া খবৰ

নিউজ ডেস্ক,১মাৰ্চ : কোনো দোকানীয়ে বিক্রী কৰিব নোৱাৰিব গুটখা আৰু পান-মছলা।

পান মচলা-গুটখা প্ৰেমীৰ বাবে এটা বেয়া খবৰ(Jharkhand Gutkha Ban)।

নিষিদ্ধ হ’ল পান মচলা-গুটখা।

পান মচলা-গুটখা বিক্ৰী কৰিলেই যাব লাগিব জে’ললৈ।

সমগ্ৰ ৰাজ্যতে প্রযোজ্য হ’ব এই নির্দেশনা।

গুটখা আৰু পান-মছলা খাই মাৰাত্মক ৰোগত আক্রান্ত হৈছে বহু যুৱক-যুৱতী।

কম বয়সতে মৃত্যুক আঁকোৱালি লৈছে যুৱক-যুৱতীয়ে।

ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত।

ঝাৰখণ্ড স্বাস্থ্যমন্ত্রী ডা০ ইৰফান আনচাৰীৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত।

মঙলবাৰৰ পৰাই ঝাৰখণ্ডত কাৰ্যকৰী হৈছে এই কঠোৰ নিয়ম।

নিয়ম ভংগ কৰিলেই কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।

লগতে পঢ়ক :WATCH | Jorhat News: জীৱনৰ শেষ সময়খিনিত চিকিৎসক পুত্ৰলৈ পিতৃৰ ফোন