Jayanta Mallabaruah: এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিউজ ডেস্ক,৭জানুৱাৰী : এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চণ্ডীগড়ত হোৱা এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ বাৰ্ষিক সাধাৰণ সভাত এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়( Jayanta Mallabaruah)।
বৰ্তমান আছাম এথলেটিক এছ”চিয়েচনৰ সভাপতিৰ দায়িত্বত আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।
লগতে পঢ়ক :53 Dead In Massive Tibet Earthquake : চাৰিখনকৈ দেশত ভূমিকম্পৰ জোকাৰণি, তিব্বতত ৫৩ জনৰ মৃত্যু