Japanese Encephalitis : ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ মৃত্যু শিশুৰ
নিউজ ডেস্ক,১৭জুলাই : ৰাজ্যৰ জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত (Japanese Encephalitis) ।
ৰাজ্যৰ ভিন্ন জিলাত বিগত এটা মাহ ধৰি বানে চলাই আছে তাণ্ডৱ তাৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰাদুৰ্ভাৱ হৈছে বিভিন্ন ৰোগৰ ।
ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ। জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ মৃত্যু হৈছে এটি শিশুৰ । মৃত শিশুটিৰ নাম আমচৈ নকুছিৰ মাধুৰ্য কোঁৱৰৰ।
জানিব পৰা মতে, GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিশুটিৰ।
লগতে পঢ়ক : Gold biscuits seized in Bongaigaon : নিউ বঙাইগাঁৱৰ ৰে’লৱে ষ্টেচনৰ পৰা জব্দ ১১খন সোণৰ বিস্কুট