Local, Vocal, Global

Japanese Encephalitis : কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ

নিউজ ডেস্ক,৩আগষ্ট : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ পাছতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী ।

বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ লৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে এই ৰোগত আক্ৰান্ত হৈ GMCHত ভৰ্তি হয় আছে ।

এইবাৰ কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ। এই পৰ্যন্ত JEত আক্ৰান্ত হৈ কলিয়াবৰত মৃত্যু হৈছে এজন লোকৰ।কলিয়াবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্য়ু হোৱা লোকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পালে । শেহতীয়া JEত আক্ৰান্ত এগৰাকী ৬৪ বছৰীয়া বৃদ্ধা।

লগতে পঢ়ক : Massive fire breaks out in Guwahati : মহানগৰীৰ সিজুবাৰীত বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ দোকান