Local, Vocal, Global

WATCH | Jamugurihat Theft: জামুগুৰিহাটৰ ধেকেৰীগাঁৱত দিন দুপৰতে চুৰিকাণ্ড

জামুগুৰিহাট,১৯এপ্ৰিল : জামুগুৰিহাটৰ ধেকেৰীগাঁৱত দিন দুপৰতে চুৰিকাণ্ড।

শিক্ষক বকুল কুলৰ বাসগৃহত চুৰিকাণ্ড(Jamugurihat Theft)।

ঘৰৰ গ্ৰীল ভাঙি চোৰৰ দল ভিতৰত প্ৰৱেশ কৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি।

লুটি নিলে ২ লক্ষাধিক টকাৰ সোণৰ গহনা আৰু নগদ ধন ৷

ঘৰত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰিলে এই চুৰিকাণ্ড ৷

লগতে পঢ়ক : WATCH | Rangia News : কংগ্ৰেছত ব্যাপক খহনীয়া !