WATCH | Jamugurihat Theft: জামুগুৰিহাটৰ চৈবাৰী ব্যৱসায় কেন্দ্ৰত চুৰিকাণ্ড
জামুগুৰিহাট,২২ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ চৈবাৰী ব্যৱসায় কেন্দ্ৰত চুৰিকাণ্ড৷
দোকানৰ চাটাৰৰ টলা ভাঙি প্ৰৱেশ কৰিলে চোৰৰ দল(Jamugurihat Theft)৷
J.K. ENTERPRISE নামৰ হাৰ্ডওৱেৰ দোকান খনৰ পৰা নিশা চোৰে নিলে ২৫ টাকৈ পানী উঠোৱা বৈদ্যুতিক মটৰ আৰু নগদ ৪হেজাৰ টকা৷
চি চি টিভি ফুটেজত দেখা পোৱা মতে তিনি চাৰি জনীয়া চোৰৰ দলটোৱে মুখত মাক্স পৰিধান কৰি আহি প্ৰায় ডেৰ , দুই লাখ টকাৰ সামগ্ৰী লৈ উধাও হয়৷
জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক:WATCH | Bus accident in Brazil:ব্ৰাজিলত ভয়ংকৰ বাছ দুৰ্ঘটনা