WATCH | Jamugurihat News : শোনিতপুৰৰ বালিপৰাৰ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ দীঘলী,বালিজানৰ বৃহৎ অংশ
জামুগুৰিহাট,৩১মে’ : দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শোনিতপুৰৰ বালিপৰাৰ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ দীঘলী,বালিজানৰ বৃহৎ অংশ ৷
অসম আৰু অৰুণাচল প্ৰদেশত বিগত ৩দিন ধৰি হোৱা নেৰেনেপৰা বৰষুণৰ ফলত ফেনে ফুটকাৰে বাঢ়িছে জৰাসৰ নদীৰ জলস্তৰ(Jamugurihat News)।
নিশা প্রায় ৩০ টাৰো অধিক পৰিয়ালৰ লোক এই বানত ক্ষতিগ্ৰস্ত।
উপায়হীন হৈ নিশা ওখ ঠাইত আশ্ৰয় লৈছে বানপিড়িত ৰাইজে।
নিশা নৈ পৰিয়া অঞ্চলটোৰ পৰিয়াল সমুহৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
বৰ্তমানলৈকি পানীৰ পৰিমান কমা পৰিলক্ষিত হোৱা নাই।
লগতে পঢ়ক : WATCH | Assam floods: বানৰ কৱলত কচুৱাৰ বিস্তৃৰ্ণ অঞ্চল