WATCH | Jamugurihat News : হাতত কলম তুলি দিয়াৰ সময়ত অস্ত্ৰ তুলি দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে’
জামুগুৰিহাট,২৯মে’ : নাগৰিকক নিৰাপত্তা দিয়াত ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে একাংশক অস্ত্ৰ হাতত তুলি দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে”সম্পাদক নাজিৰ আহমেদ।
ৰাজপথত টায়াৰ জ্বলাই গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে সহ্য নোহোৱা মুখ্যমন্ত্ৰীয়ে অস্ত্ৰৰ ঝণ ঝণনী ভাল পায় নেকি ?
কৰ্ম সংস্থাপনৰ পৰিৱৰ্তে মাৰণাস্ত্ৰ হাতত তুলি দিব বিচৰা সিদ্ধান্ত দূৰ্ভাগ্যজনক(Jamugurihat News) ৷
অসম কেবিনেটে সংবিধান বিৰোধী সিদ্ধান্ত লৈছে৷
এই সিদ্ধান্ত বাতিল নকৰিলে অসমত দৈনন্দিনে কূটাঘাতমূলক ঘটনা সংঘটিত হ’ব পাৰে৷
খিলঞ্জীয়া লোকক অস্ত্ৰৰ লাইচেন্স দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ।
লগতে পঢ়ক : WATCH | Sootea News: প্ৰেমিকাক বিচাৰি পশ্চিমবংগলৈ গৈ বিপদত পৰিল অসমৰ যুৱক জিন্টু খান