Local, Vocal, Global

WATCH | Jamugurihat News : ৰঙাপৰাত পাকিস্তানক সমৰ্থন কৰি আটক শুকুৰ আলী

জামুগুৰিহাট,১৩মে’ : ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ চলি থকাৰ সময়তে শুকুৰ আলি নামৰ যুৱক জনক আটক কৰে ৰঙাপৰা আৰক্ষীয়ে।

ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ শুকুৰ আলিয়ে ইষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ লিখাৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তাচ্ছিল্যসূচক মন্তব্য লিখি আপলোড দিছিল(Jamugurihat News)।কিশোৰজনে এনেধৰণৰ মন্তব্য পোষ্ট দিয়াৰ পাছতে ৰঙাপৰা আৰক্ষীয়ে আটক কৰে যুৱক জনক।

ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে কিশোৰজনক সোধ-পোচ অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Rakibul Hussain Pressmeet : নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল