Local, Vocal, Global

Jamugurihat News:অসম অৰুণাচল সীমান্তৰ চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত বনভোজ প্ৰেমীৰ ভিৰ

জামুগুৰিহাট,২ডিচেম্বৰ : জামুগুৰিহাটৰ সমীপৰ অৰুনাচল সীমান্তবৰ্ত্তি চিৰ পৰিচিত বনভোজস্থলী হৈছে চিজোছা৷ প্ৰকৃতিৰ এক মনোমোহা পৰিবেশৰ মাজত অৱস্থিত এই চিজোছাৰ বনভোজস্থলী।সৌন্দৰ্য্যৰাণী চিজোচাই প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগৰ বাবেই যেন এতিয়া হাত বাউলি মাতিছে বনভোজ প্ৰেমী ৰাইজ আৰু দেশী বিদেশী পৰ্যটক সকলক । চাৰিওফালে চৰাই চিৰিকটিৰ মাতৰ লগতে কুলু কুলু সুৰে বৈ আহিছে বৰদিকৰাই নদী খন(Jamugurihat News)।

নদীৰ পাৰৰ বনভোজস্থলীক পৰিস্কাৰ পৰিছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক :Elephant calf rescued in Sonitpur: ৰঙাপৰাত উদ্ধাৰ বনৰীয়া হাতীৰ পোৱালী