WATCH | Jamugurihat News : শোণিতপুৰৰ বালিপৰাত ৭০ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা
জামুগুৰিহাট,২২এপ্ৰিল : শোণিতপুৰৰ বালিপৰাত ৭০ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সদৌ বালিপৰা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি বিহু। মুকলি বিহুত বিশ্বনাথ,শিৱসাগৰ,কলিয়াবৰ,জখলাবন্ধা,গহপুৰ,ঢেকিয়াজুলিৰ লগতে অসমৰ বহুকেইটা দলে অংশগ্ৰহণ কৰে(Jamugurihat News)।
মুকলি বিহুৰ শুভ উদ্বোধন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শুকদেৱ অধিকাৰী আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
লগতে পঢ়ক : WATCH | Road Accident : দ পুখুৰীত পৰিল বাহন;নিহত দুজন যুৱক