Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটত কেৰিয়াৰ নিৰ্দ্দেশনা অনুষ্ঠান সম্পন্ন

জামুগুৰিহাট,২৬মাৰ্চ : জামুগুৰিহাটত কেৰিয়াৰ নিৰ্দ্দেশনা অনুষ্ঠান সম্পন্ন ৷

জামুগুৰিহাটৰ অভিযাত্ৰী কলাকেন্দ্ৰত মংগলবাৰে নিউ প্ৰজ্ঞাজ্যোতিৰ উদ্যোগত আৰু জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহযোগত কেৰিয়াৰ নিৰ্দেশনাৰ এক অনুষ্ঠান আনুষ্ঠিত হৈ যায় ৷

এই সচেতনতামূলক অনুষ্ঠানটিত উপস্থিত থাকে নিউ প্ৰজ্ঞাজ্যোতিৰ বিষয়ববীয়া সকলৰ লগতে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ কেইবাগৰাকীও বিষয়া(Jamugurihat News) ৷

লগতে পঢ়ক : WATCH | Jamugurihat News : ক্ৰমাৎ হেৰাই যোৱা ঘনচিৰিকা চৰাইক ৰক্ষণাবেক্ষণ দিছে জামুগুৰিহাটৰ এটি পৰিয়ালে