WATCH | Jamugurihat News : বালিপৰা সংৰক্ষিত বনাঞ্চলত নিশা দুৰ্বৃত্তৰ অগ্নি সংযোগ
জামুগুৰিহাট,২৬মাৰ্চ : বালিপৰা সংৰক্ষিত বনাঞ্চলত নিশা দুৰ্বৃত্তৰ অগ্নি সংযোগ৷
বালিপৰা সংৰক্ষিত বনাঞ্চলত শাল বাগানত কোনো দুৰ্বৃত্তই লগালে জুই(Jamugurihat News)৷
জুইৰ লেলিহান শিখাই জাহ গ’ল বহু মূল্যবান শাল গছৰ পুলি৷
ঘটনাস্থলীত উপস্থিত বন বিভাগৰ দল ৷
বন বিভাগৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম ৷
বনবিভাগৰ তৎপৰতাত ভয়ংকৰ বিপদৰ পৰা মুক্ত বনাঞ্চলখন৷