WATCH | Jamugurihat News : শোণিতপুৰৰ আমনিৰ ইটা ভাটাত হাহাকাৰ
জামুগুৰিহাট,১১ মাৰ্চ : শোণিতপুৰৰ আমনিৰ ইটা ভাটাত হাহাকাৰ।
ইটা ভটা মালিকে শ্ৰমিকক প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগ।
লগতে শ্ৰমিকক প্ৰহাৰৰো অভিযোগ।
প্ৰাপ্য মজুৰি বিচাৰি এতিয়া হাহাকাৰ ইটাভাটাত কৰ্মৰত শ্ৰমিকৰ।
ভোকে পিয়াহে দিন অতিবাহিত কৰিছে শ্ৰমিকে(Jamugurihat News)।
মহিলা শ্ৰমিককো প্ৰহাৰ কৰাৰ অভিযোগ।
খনামুখৰ আমনিস্থিত নুৰ ইটাভাটাৰ মালিকৰ বিৰুদ্ধে এই অভিযোগ শ্ৰমিকৰ
ইটাভাটাৰ মালিক নুৰ মহম্মদৰ বিৰুদ্ধে মহিলা শ্ৰমিকক প্ৰহাৰৰ অভিযোগ।
ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত ভুক্তভোগী শ্রমিকৰ এজাহাৰ দাখিল।
লগতে পঢ়ক : WATCH | Road Accident : ট্ৰাকে মহতিয়াই নিলে কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান